প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডঃ এণ্ড্ৰু হোলনেছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
05 SEP 2025 10:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ এণ্ড্ৰু হোলনেছক ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে জামাইকা পাৰ্টিক জয়ৰ দিশত আগুৱাই নিয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে লগতে কয়, “ভাৰত-জামাইকাৰ বন্ধুত্বৰ বান্ধোনক সু-গভীৰ আৰু আমাৰ দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ়কৰণৰ বাবে আগ্ৰহী হৈ উঠিছোঁ।“
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
"ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে জামাইকা পাৰ্টিক জয়ৰ দিশত আগুৱাই নিয়াৰ বাবে ডঃ এণ্ড্ৰু হোলনেছক আন্তৰিক অভিনন্দন জনালোঁ। ভাৰত-জামাইকাৰ বন্ধুত্বৰ বান্ধোনক সু-গভীৰ আৰু আমাৰ দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ়কৰণৰ বাবে আগ্ৰহী হৈ উঠিছোঁ। "
@AndrewHolnessJM
***
MJPS/VJ/SB
(Release ID: 2164632)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam