প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শিল্পীগৰাকীৰ জীৱন আৰু সংগীতৰ স্মৰণ কৰে

प्रविष्टि तिथि: 08 SEP 2025 9:43AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাৰ ওপজা দিনত শিল্পীগৰাকীৰ জীৱন আৰু সংগীতৰ লগতে কিদৰে লাখ লাখ লোক তেওঁৰ দ্বাৰা অনুপ্ৰাণিত কৰিছে সেই বিষয়ে প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে কয়,

 
ভূপেন হাজৰিকাদেৱক তেওঁৰ জন্ম শতবাৰ্ষিকীত স্মৰণ কৰিছো। আমি তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ লোৱাৰ সময়তে তেওঁৰ জীৱন আৰু সংগীতৰ লগতে কেনেকৈ তেওঁক লাখ লোকক অনুপ্ৰাণিত কৰিছিল সেই কথা সোঁৱৰিছো


"অসমৰ সংস্কৃতিক বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰা ভাৰত ৰত্ন ড0 ভূপেন হাজৰিকাক তেওঁৰ জয়ন্তী উপলক্ষে মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।"

 

ভাৰতীয় সংস্কৃতি আৰু সংগীতলৈ তেওঁৰ অৱদান স্মৰণীয় হৈ ৰব। তেওঁৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মোৰ মনৰ ভাৱ এইদৰে প্ৰকাশ কৰিছো-


"ভূপেন হাজৰিকাদেৱক তেওঁৰ জন্ম শতবাৰ্ষিকীত স্মৰণ কৰিছো। আমি তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ লোৱাৰ সময়তে তেওঁৰ জীৱন আৰু সংগীতৰ লগতে কেনেকৈ তেওঁক লাখ লোকক অনুপ্ৰাণিত কৰিছিল সেই কথা সোঁৱৰিছো"

*****

MJPS/VJ/NB


(रिलीज़ आईडी: 2164563) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam