প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যোৱা ১১ বছৰত ওড়িশাৰ ৰে’ল আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
27 JUN 2025 1:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত ১১ বছৰত ওড়িশাৰ ৰে’ল আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ পবিত্ৰ নগৰ জগন্নাথ পুৰীলৈ অহা তীৰ্থযাত্ৰীসকলৰ বাবে ভাৰতীয় ৰে’লে যাত্ৰা কেনেদৰে সহজ কৰি তুলিছে, সেই সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰবন্ধটোত তেওঁ গুৰুত্ব আৰোপ কৰে।
এক্সৰ এটা পোষ্টত পিএমঅ’ ইণ্ডিয়াই কয়ঃ
“ওড়িশাৰ ৰে’ল আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত যোৱা ১১ বছৰ সঁচাকৈয়ে ঐতিহাসিক। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে লিখিছে বিশেষকৈ কেনেদৰে ৰথ যাত্ৰাৰ সাক্ষী হোৱাৰ বাবে মহাপ্ৰভুৰ বাসস্থান পবিত্ৰ নগৰ জগন্নাথ পুৰীলৈ তীৰ্থযাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা সহজ কৰা হৈছে।
https://www.hindustantimes.com/opinion/pilgrims-progress-the-railways-look-east-policy-101750953515997.html
NaMo Appৰ জৰিয়তে”
***
MJPS/SR/HS
(रिलीज़ आईडी: 2163362)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam