প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ জনগাঁথনিগত লভ্যাংশৰ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ আৰম্ভণিৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে এটা প্ৰবন্ধ
प्रविष्टि तिथि:
01 SEP 2025 6:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত ভাৰতৰ জনগাঁথনিগত লভ্যাংশৰ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ আৰম্ভণিৰ বিষয়ত আলোকপাত কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই এক্সত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।
“সংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ বিষয়ে লিখিছে কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই ।তেওঁ বাখ্যা কৰিছে যে এই আঁচনিখনে ভাৰতৰ জনগাঁথনিগত লভ্যাংশক ৰাজহুৱা সমৃদ্ধিলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব, কিয়নো দেশখনে বিকশিত ভাৰত ২০৪৭ৰ দিশত প্ৰচেষ্টা চলাই আহিছে।”
****
MJPS/SR/SKS/DM
(रिलीज़ आईडी: 2162891)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada