প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৱাশ্বিংটন ডিচিত সংঘটিত হোৱা মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
31 JAN 2025 9:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাশ্বিংটন ডি চিৰ কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয় যে আমি আমেৰিকাৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছো।
এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“ৱাশ্বিংটন ডিচিত সংঘটিত হোৱা এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ প্ৰতি গভীৰভাৱে দুখ প্ৰকাশ কৰিছো।
ভুক্তভোগী পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
আমি আমেৰিকাৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছো। @realDonaldTrump”
MJPS/ST
(ৰিলিজ আই ডি : 2159560)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam