প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় বন্দৰসমূহক বিশ্ব বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 24 JUL 2025 1:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে যে কেনেকৈ ভাৰতৰ বন্দৰসমূহে সম্প্ৰসাৰণ, যান্ত্ৰিকীকৰণ, ডিজিটেলাইজেচন আৰু সহজ ব্যৱসায়ৰ জৰিয়তে বিশ্ব বাণিজ্যকেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এক্সৰ ওপৰত দিয়া পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @sarbanandsonwal ডাঙৰীয়াই ভাৰতৰ বন্দৰসমূহে সম্প্ৰসাৰণ, যান্ত্ৰিকীকৰণ, ডিজিটেলাইজেচন আৰু ব্যৱসায় কৰাত সহজতাৰ জৰিয়তে কেনেকৈ বিশ্ব বাণিজ্যকেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে সেই বিষয়ে কয়। জাহাজ নিৰ্মাণৰ বৃহৎ কোম্পানীসমূহে এতিয়া ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব কৰি অধিক চাকৰি আৰু বিনিয়োগৰ পথ মুকলি কৰিছে।

MJPS/VJ

 


(रिलीज़ आईडी: 2158753) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam