গৃহ মন্ত্ৰালয়
‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অধীনত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীস্থিত বাসগৃহত ত্ৰিৰংগা উত্তোলন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হোৱা ‘হৰ ঘৰ তিৰংগা’ অভিযান আজি দেশখনক একতাৰ দোলেৰে বন্ধা আৰু দেশপ্ৰেমৰ অনুভূতিক গভীৰকৰণৰ এক গণ অভিযানত পৰিণত হৈছে
এই অভিযানে দেখুৱাইছে যে অগণিত স্বাধীনতা সংগ্ৰামীয়ে ত্যাগ, তপস্যা আৰু সমৰ্পণৰ জৰিয়তে স্বাধীন ভাৰতৰ সপোনক বাস্তৱায়িত কৰিছিল, এতিয়া ১৪০ কোটি দেশবাসী ইয়াক বিকশিত আৰু শ্ৰেষ্ঠ কৰি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ
Posted On:
13 AUG 2025 11:08AM by PIB Guwahati
‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অধীনত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীস্থিত বাসগৃহত ত্ৰিৰংগা উত্তোলন কৰে।

এই সন্দৰ্ভত এক্স-ত কৰা এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হোৱা ‘হৰ ঘৰ তিৰংগা’ অভিযান আজি দেশখনক একতাৰ দোলেৰে বন্ধা আৰু দেশপ্ৰেমৰ অনুভূতিক গভীৰকৰণৰ এক গণ অভিযানত পৰিণত হৈছে। গৃহমন্ত্ৰীজনে কয়, এই অভিযানে দেখুৱাইছে যে অগণিত স্বাধীনতা সংগ্ৰামীয়ে ত্যাগ, তপস্যা আৰু সমৰ্পণৰ জৰিয়তে স্বাধীন ভাৰতৰ সপোনক বাস্তৱায়িত কৰিছিল, এতিয়া ১৪০ কোটি দেশবাসী ইয়াক বিকশিত আৰু শ্ৰেষ্ঠ কৰি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ।
*****
RK / VV / RR / HS / PS/SB
(Release ID: 2155991)
Read this release in:
Bengali
,
Manipuri
,
Telugu
,
English
,
Urdu
,
Marathi
,
Nepali
,
Hindi
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam