প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বুয়েনছ আয়াৰ্ছত জেনেৰেল জোচে ডি ছান মাৰ্টিনক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
06 JUL 2025 12:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুয়েনছ আয়াৰ্ছত জেনেৰেল জোচে ডি ছান মাৰ্টিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰী মোদীয়ে কয় যে জেনেৰেল জোচে ডি ছান মাৰ্টিনৰ জীৱন আৰ্জেণ্টিনাৰ জনসাধাৰণৰ বাবে দেশপ্ৰেম আৰু দৃঢ়তাৰ প্ৰতীক হৈ ৰৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত কয়;
"বুয়েনছ আয়াৰ্ছত জেনেৰেল জোচে ডি ছান মাৰ্টিনক শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁৰ সাহস আৰু নেতৃত্বই আৰ্জেণ্টিনাৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ জীৱন আৰ্জেণ্টিনাৰ জনসাধাৰণৰ বাবে দেশপ্ৰেম আৰু দৃঢ়তাৰ প্ৰতীক হৈ ৰৈছে।"
****
MJPS/ST/DM
(ৰিলিজ আই ডি : 2142717)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada