প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক শুভেচ্ছা জনাইছে
प्रविष्टि तिथि:
01 JUL 2025 9:37AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিকিৎসক দিৱস উপলক্ষে সকলো চিকিৎসককে শুভেচ্ছা জনায়। "আমাৰ চিকিৎসকসকলে তেওঁলোকৰ নিপুণতা আৰু অধ্যৱসায়ৰ জৰিয়তে পৰিচয় দাঙি ধৰিছে। তেওঁলোকৰ মমতাৰ মনোভাৱো সমানেই উল্লেখযোগ্য", শ্ৰী মোদীয়ে কয়।
শ্ৰী মোদীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"#DoctorsDay উপলক্ষে সকলো কঠোৰ পৰিশ্ৰমী চিকিৎসককে শুভেচ্ছা জনালোঁ। আমাৰ চিকিৎসকসকলে তেওঁলোকৰ নিপুণতা আৰু অধ্যৱসায়ৰ জৰিয়তে পৰিচয় দাঙি ধৰিছে। তেওঁলোকৰ মমতাৰ মনোভাৱো সমানেই উল্লেখযোগ্য। তেওঁলোক সঁচাকৈয়ে স্বাস্থ্যৰ ৰক্ষক আৰু মানৱতাৰ স্তম্ভ। ভাৰতৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি সুদৃঢ়কৰণত তেওঁলোকৰ অৱদান সঁচাকৈয়ে ব্যতিক্ৰমী।"
****
MJPS/VJ/SB
(रिलीज़ आईडी: 2141151)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam