প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বৈশ্বিক আৰু ৰাষ্ট্ৰজোৰা উৎসাহৰ শলাগ লয়
Posted On:
22 JUN 2025 9:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰত আৰু বিশ্বতে উৎসাহেৰে ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ব্যাপক উদযাপন কাৰ্য্যৰ শলাগ লয়।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“সমগ্ৰ ভাৰত আৰু বিশ্বৰ ভিন্ন প্ৰান্তত অসীম উৎসাহেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কাৰ্য্য প্ৰত্যক্ষ কৰি আনন্দিত হৈছোঁ!”
****
MJPS/SR/SB
(Release ID: 2139655)
Read this release in:
Tamil
,
Telugu
,
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada