প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-৭ সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 JUN 2025 2:56PM by PIB Guwahati

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে মত-বিনিময় কৰে। দুয়োজন নেতাই বিস্তৃত বিষয়ত দৃষ্টিভংগীৰ আদান-প্ৰদানেৰে ভাৰত আৰু ফ্ৰান্সে আমাৰ গ্ৰহটোৰ ভালৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি দৃঢ়তাৰে কয়।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“মোৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে মত-বিনিময়ে সদায়েই পুলকিত কৰে। আমি একাধিক বিষয়ত দৃষ্টিভংগীৰ আদান-প্ৰদান কৰোঁ। ভাৰত আৰু ফ্ৰান্সে আমাৰ গ্ৰহটোৰ ভালৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব।

@EmmanuelMacron”

***

MJPS/SR/SB


(रिलीज़ आईडी: 2137391) आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam