প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ১১ বছৰত ভাৰতৰ ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 10 JUN 2025 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত ১১ বছৰত ভাৰতৰ ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে। তেওঁ লগতে কয় যে এই পৰিৱৰ্তনে ভাৰতক বিশ্ব ক্ৰীড়া শক্তিৰ দিশত আগুৱাই লৈ যায়।

কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই এক্সত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়:

 

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @mansukhmandviya-ই বিগত ১১ বছৰত ভাৰতৰ ক্ৰীড়া আন্তঃগাঁথনি কেনেদৰে অভূতপূৰ্ব পৰিসৰত সম্প্ৰসাৰিত হৈছে সেই বিষয়ে আলোকপাত কৰিছে। যুৱক-যুৱতীক গুৰুত্ব দিয়া এই পৰিৱৰ্তনে ভাৰতক বিশ্ব ক্ৰীড়া শক্তিৰ দিশত আগুৱাই লৈ গৈছে।”

***

MJPS/SR/DB


(Release ID: 2135345) Visitor Counter : 3