প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ১০৩ টা অমৃত ষ্টেচনউদ্বোধন কৰিব
प्रविष्टि तिथि:
21 MAY 2025 3:53PM by PIB Guwahati
ভাৰতীয় ৰেলৱেৰ আধুনিকীকৰণৰ দিশত এক ঐতিহাসিক অগ্ৰগতি স্বৰূপেপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ নিৰ্মিত ১০৩টা ৰেল ষ্টেচন উদ্বোধন কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এক্সত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“কাইলৈ অৰ্থাত্ ২২ মে’ হ’ব ভাৰতৰ ৰেল আন্তঃগাঁথনিৰ বাবে এটাউল্লেখযোগ্যদিন।অমৃত ষ্টেচনসমূহে সুবিধা, যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু আমাৰ গৌৰৱময় সংস্কৃতিক উদযাপন কৰিব!”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2130289)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali-TR
,
Telugu
,
Malayalam
,
Bengali
,
Odia
,
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada