প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গোৱাৰ শিৰগাঁৱত পদপিষ্ট হৈ প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 03 MAY 2025 9:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে গোৱাৰ শিৰগাঁৱত পদপিষ্ট হৈ প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেল পোষ্টত কয়,

“গোৱাৰ শিৰগাঁৱত পদপিষ্ট হৈ প্ৰাণহানি হোৱা ঘটনাত মৰ্মাহত হৈছো। যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। পীড়িতসকলক স্থানীয় প্ৰশাসনে সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SR/SKS/DB


(ৰিলিজ আই ডি : 2126586) অতিথি কক্ষ : 49