প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ওড়িয়া নৱবৰ্ষ, বিশু, পুথাণ্ডু আৰু ব’হাগ বিহু উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে
Posted On:
14 APR 2025 9:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িয়া নৱবৰ্ষ, বিশু, পুথাণ্ডু আৰু ব'হাগ বিহু উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সত বেলেগ বেলেগ পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে:
“ওড়িয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা!”
“বিশুৰ শুভকামনা!”
“সকলোকে পুথাণ্ডুৰ অভিনন্দন!”
“আপোনালোক সকলোকে ব’হাগ বিহুৰ শুভকামনা!”
**********
MJPS/SR
(Release ID: 2121786)
Visitor Counter : 4
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam