পোষ্ট কৰা হৈছে:
01 APR 2025 7:38PM by PIB Guwahati
সমগ্ৰ ভাৰতত জীৱিকা বৃদ্ধি, তৃণমূল পৰ্যায়ৰ নিযুক্তি আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে আজি ‘চৰকাৰী ই-মাৰ্কেটপ্লেচ’ (জিইএম) পৰ্টেল-ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’-ৰ সঁহাৰি জনায় তেওঁ কয়:
"সমগ্ৰ ভাৰতত জীৱিকা বৃদ্ধি, তৃণমূল পৰ্যায়ৰ নিযুক্তি আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাটো হৈছে প্ৰশংসনীয় কৃতিত্ব।"
***
MJPS/SR/KB