প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

प्रविष्टि तिथि: 01 MAR 2025 2:35PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘এনএক্সটি কনক্লেভ’ত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ৰনিল বিক্ৰমসিংহেক সাক্ষাৎ কৰে।


‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:


"এনএক্সটি কনক্লেভ’ত মোৰ বন্ধু শ্ৰীযুত ৰনিল বিক্ৰমসিংঘেক লগ পালো। মই সদায় আমাৰ বাৰ্তালাপৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু বিভিন্ন বিষয়ত তেওঁৰ দৃষ্টিভংগীক প্ৰশংসা কৰিছোঁ।

 @RW_SRILANKA"

*****

MJPS/SR/SKS/KB


(रिलीज़ आईडी: 2107374) आगंतुक पटल : 64
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam