প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 MAR 2025 2:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ এনএক্সটি কনক্লেভত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী টনি এবটকত সাক্ষাৎ কৰে।
এক্স পোষ্টত তেওঁ লিখেঃ
“মোৰ ভাল বন্ধু তথা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী টনি এবটক লগ পাই আনন্দিত হৈছো। তেওঁ সদায় ভাৰতৰ বন্ধু। বৰ্তমান ভ্ৰমণৰ সময়ত তেওঁক বাজৰাৰ খাদ্য উপভোগ কৰা আমি সকলোৱে দেখিছো। @HonTonyAbbott”
**********
MJPS/SR/SKS/DB
(रिलीज़ आईडी: 2107328)
आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada