প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘পৰীক্ষা পে’ চৰ্চা’ত ১২ ফেব্ৰুৱাৰীত ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’ সন্দৰ্ভত বিশেষ খণ্ড প্ৰস্তুত কৰা হ'ব: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
11 FEB 2025 1:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে 'পৰীক্ষা যোদ্ধাসকলে' সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। "সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব", শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"#ExamWarriors-য়ে সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে সমৰ্পিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত হ’ব। আৰু আমাৰ লগত @deepikapadukone আছে, যি এই বিষয়টোৰ প্ৰতি বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰি আহিছে, তেওঁ এই সন্দৰ্ভত কথা পাতিছে।"
***
MJPS/VJ/SKS/KB
(रिलीज़ आईडी: 2101776)
आगंतुक पटल : 43
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Odia
,
Nepali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada