পোষ্ট কৰা হৈছে:
11 FEB 2025 2:57PM by PIB Guwahati
‘পৰীক্ষা পে’ চৰ্চা, ২০২৫’ৰ আটাইকেইটা খণ্ড চাবলৈ আৰু আমাৰ ‘পৰীক্ষা যোদ্ধা’সকলক উৎসাহিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"এই বছৰ ‘পৰীক্ষা পে’ চৰ্চা’ত ৮ টা খণ্ড আছে, প্ৰতিটোৱেই পৰীক্ষাৰ বিভিন্ন দিশ সামৰি লৈছে।
সেয়েহে, কেউটা খণ্ডই চাওঁক আৰু আমাৰ #ExamWarriors ক উৎসাহিত কৰক।"
***
MJPS/SR/SKS