প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মেট্ৰ' সংযোগ বৃদ্ধি, নগৰপৰিবহণ শক্তিসমৃদ্ধ কৰাৰ ক্ষেত্ৰত কৰা ব্যাপক কামৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে
प्रविष्टि तिथि:
05 JAN 2025 11:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতত মেট্ৰ' সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি আৰু নগৰপৰিবহণৰ ৰূপান্তৰণ আৰু লাখ লাখ নাগৰিকৰ বাবে 'জীৱন ধাৰণৰ সহজতা' বৃদ্ধি কৰাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰসংগত আলোকপাত কৰে।
‘মাইগভ’-য়ে ভাৰতৰ মেট্ৰ' বিপ্লৱৰ বিষয়ে ‘এক্স’-ত কৰা এলানি ‘পোষ্ট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়;
"যোৱা দশকটোত মেট্ৰ' সংযোগ বৃদ্ধি, ইয়াৰ জৰিয়তে নগৰ পৰিবহন শক্তিসমৃদ্ধ হোৱা আৰু 'জীৱনধাৰণৰ সহজতা' বৃদ্ধি কৰাৰ ক্ষেত্ৰত ব্যাপক কাম কৰা হৈছে। #MetroRevolutionInIndia
*********
MJPS/ST/KB
(रिलीज़ आईडी: 2094779)
आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam