প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এআইৰ নেতৃত্ব ল’বলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় উদ্যোগী শ্ৰী বিশাল ছিক্কাৰ
प्रविष्टि तिथि:
04 JAN 2025 2:42PM by PIB Guwahati
ভাৰতীয় উদ্যোগী শ্ৰী বিশাল ছিক্কাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰী মোদীয়ে এই বৈঠকক এক অন্তৰ্দৃষ্টিসম্পন্ন মত বিনিময় বুলি মন্তব্য কৰি কয় যে উদ্ভাৱন আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰত এআইৰ নেতৃ্ত্ব ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ। দুয়োজনেই এআই আৰু ভাৰতত ইয়াৰ প্ৰভাৱ আৰু ভৱিষ্যতৰ বাবে কেইবাটাও আৱশ্যকতাৰ বিষয়ে বিশদ আৰু ব্যাপক আলোচনাত মিলিত হয়।
বিশাল ছিক্কাৰ এক্সৰ পোষ্টত সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে লিখে;
“সঁচাকৈয়ে এয়া এক অন্তৰ্দৃষ্টিসম্পন্ন মত বিনিময়। ভাৰতে উদ্ভাৱন আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এআইৰ নেতত্ব ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
********
MJPS/ST/DB
(रिलीज़ आईडी: 2090395)
आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam