প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পাৰ্প্লেক্সিটি এআইৰ চিইঅ’ৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক

प्रविष्टि तिथि: 28 DEC 2024 9:10PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে পাৰ্প্লেক্সিটি এআইৰ চিইঅ’ শ্ৰী অৰবিন্দ শ্ৰীনিবাসে।

এক্স হেণ্ডেলত অৰবিন্দ শ্ৰীনিবাসৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়, -

“আপোনাক লগ পাই এআই, ইয়াৰ ব্যৱহাৰ আৰু ইয়াৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰি বৰ ভাল লাগিল। @perplexity_ai ৰ সৈতে আপোনাক বৃহৎ পৰিসৰত কাম কৰি থকা দেখি ভাল লাগিল। আপোনাৰ ভৱিষ্যতৰ কাম-কাজৰ বাবে শুভকামনা থাকিল।”

 

***

MJPS/VJ


(रिलीज़ आईडी: 2089514) आगंतुक पटल : 52
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Gujarati , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Tamil , Telugu , Kannada , Malayalam