প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
খাদ্য সুৰক্ষা নিশ্চিত কৰা আৰু দৰিদ্ৰতা দূৰ কৰাৰ বাবে ভাৰত প্ৰতিজ্ঞাবদ্ধ: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
18 NOV 2024 11:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে খাদ্য সুৰক্ষাৰ প্ৰসাৰৰ লগতে দৰিদ্ৰতা দূৰ কৰাৰ বাবে দায়বদ্ধ হৈ আছে। তেওঁ আস্থা প্ৰকাশ কৰে যে ভাৰতে নিজৰ সফলতাৰ ওপৰত নিৰ্মাণ কৰি আমাৰ সামূহিক শক্তি আৰু সম্পদৰ ব্যৱহাৰ কৰি সকলোৰে উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰিব।
শ্ৰীযুত গীতা গোপীনাথে এক্সত লিখা এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:
"ভাৰত খাদ্য সুৰক্ষা আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে উৎসৰ্গিত। আমি আমাৰ কৃতিত্বৰ ওপৰত দেশ নিৰ্মাণ কৰিম আৰু আমাৰ সামূহিক শক্তি আৰু সম্পদৰ সহায় লৈ সকলোৰে বাবে এক উজ্জ্বল আৰু অধিক সমৃদ্ধিশালী ভৱিষ্যত সৃষ্টি কৰিম।"
***
MJPS/SR
(रिलीज़ आईडी: 2074937)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam