প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতে প্ৰযুক্তিৰ একত্ৰীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি স্বাস্থ্য খণ্ডত সক্ৰিয়ভাৱে কাম কৰি আছে: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
20 NOV 2024 5:02AM by PIB Guwahati
এখন সমৃদ্ধিশালী পৃথিৱী উন্নত পৃথিৱী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰযুক্তিৰ একত্ৰীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি ভাৰতে স্বাস্থ্য খণ্ডত সক্ৰিয়ভাৱে কাম কৰি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে ভাৰতে এই ক্ষেত্ৰত গোলকীয় প্ৰচেষ্টা শক্তিশালী কৰিব।
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছৰ এটা পোষ্টৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:
"মৰমৰ তুলসী ভাই,
এখন সমৃদ্ধিশালী পৃথিৱী উন্নত পৃথিৱী । ভাৰতে এই খণ্ডত সক্ৰিয়ভাৱে কাম কৰি আছে। আমি প্ৰযুক্তিক একত্ৰিত কৰাৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰাধিকাৰ দি আছো। একে সময়তে আমি এইক্ষেত্ৰত গোলকীয় প্ৰচেষ্টা শক্তিশালী কৰিম।
@DrTedros"
***
MJPS/SR/MK/AT
(ৰিলিজ আই ডি : 2074928)
অতিথি কক্ষ : 73
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam