প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়ন, ২০২৪-ৰ খিতাপ লাভ কৰা পংকজ আদৱানীক প্ৰশংসা কৰে
प्रविष्टि तिथि:
12 NOV 2024 4:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পংকজ আদৱানীয়ে বিশ্ব স্নুকাৰ চেম্পিয়নশ্বিপ, ২০২৪-ত বিলিয়াৰ্ডছ চেম্পিয়নৰ খিতাপ লাভ কৰা কাৰ্য্যক এক অসাধাৰণ সাফল্য বুলি অভিহিতকৰণেৰে তেওঁক প্ৰশংসা কৰে।
এক্সৰ এটা প’ষ্টত তেওঁ এইদৰে লিখিছেঃ
“অসাধাৰণ সাফল্য! আপোনাক অভিনন্দন জনালোঁ। আপোনাৰ নিষ্ঠা, আগ্ৰহ আৰু দায়বদ্ধতা অসামান্য। আপুনি উৎকৃষ্টতা কি, সেয়া বাৰে-বাৰে প্ৰদৰ্শন কৰিছে। আপোনাৰ সফলতাই উদীয়মান খেলুৱৈসকলকো অনুপ্ৰাণিত কৰিব।@PankajAdvani247”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2073210)
आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Tamil
,
Malayalam
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Kannada