প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সৌজন্যত আনন্দ প্ৰকাশ কৰে
प्रविष्टि तिथि:
30 OCT 2024 9:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই প্ৰকাশ কৰা সৌজন্যত আনন্দ প্ৰকাশ কৰিছে। মহামান্য প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই আজি বেংককৰ ‘লিটল ইণ্ডিয়া’ৰ পাহুৰাটত ‘এমেজিং থাইলেণ্ড দেৱালী উৎসৱ ২০২৪’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘আশ্চৰ্যকৰ থাইলেণ্ড দেৱালী উৎসৱ’ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ই ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰিব, প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই প্ৰকাশ কৰা সৌজন্যত আনন্দিত হৈছোঁ। ‘আশ্চৰ্যকৰ থাইলেণ্ড দেৱালী উৎসৱ’ৰ বাবে মোৰ শুভেচ্ছা জনাইছোঁ। ই ভাৰত আৰু থাইলেণ্ডৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক গভীৰ কৰিব।"
@ingshin
***
MJPS/VJ/KB
(रिलीज़ आईडी: 2070035)
आगंतुक पटल : 75
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam