প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৬সংখ্যক ব্ৰিকছ সন্মিলনৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
प्रविष्टि तिथि:
23 OCT 2024 7:35PM by PIB Guwahati
মহামহিম,
আপোনাক লগ পাই মই আনন্দিত হৈছো। আৰু আপুনি কোৱাৰ দৰে আমি ৫ বছৰৰ পিছত আনুষ্ঠানিকভাৱে বৈঠকত মিলিত হৈছো। আমি বিশ্বাস কৰোঁ যে ভাৰত-চীন সম্পৰ্কৰ গুৰুত্ব কেৱল আমাৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্ব শান্তি, সুস্থিৰতা আৰু প্ৰগতিৰ বাবেও ই অত্যন্ত গুৰুত্বপূৰ্ণ।
মহামহিম,
পাৰস্পৰিক বিশ্বাস, পাৰস্পৰিক সন্মান, আৰু পাৰস্পৰিক সংবেদনশীলতা আমাৰ সম্পৰ্কৰ ভিত্তি হৈ থাকিব লাগে।আজি আমি এই সকলোবোৰ বিষয় আলোচনা কৰাৰ সুযোগ পাইছো। মোৰ বিশ্বাস যে আমি মুকলি মনেৰে কথা পাতিম, আৰু আমাৰ আলোচনা গঠনমূলক হ’ব।
ধন্যবাদ।
***
MJPS/SR/MS
(रिलीज़ आईडी: 2067589)
आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam
,
Bengali
,
Manipuri
,
English
,
Urdu
,
हिन्दी
,
Odia