প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মন কী বাতৰ সময়ত আটাইতকৈ বেছি চৰ্চিত বিষয়ৰ ভিতৰত অন্যতম হৈছে স্বচ্ছতাঃ প্ৰধানমন্ত্ৰী
ভাৰতক স্বচ্ছ কৰিবলৈ কাম কৰা লোকসকলৰ জীৱন যাত্ৰাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
02 OCT 2024 5:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব সহকাৰে কয় যে মন কী বাত অনুষ্ঠানত স্বচ্ছতা এক সঘনাই চৰ্চিত বিষয়সমূহৰ ভিতৰত অন্যতম হৈ আহিছে।
এক্সৰ narendramodi_in হেণ্ডেলত শ্বেয়াৰ কৰা এটা পোষ্টত তেওঁ কয় যে, "মন কী বাতৰ সময়ত স্বচ্ছতা সঁচাকৈয়ে এটা কেন্দ্ৰীয় বিষয়বস্তু হৈ আহিছে, য'ত আমি ভাৰতক স্বচ্ছ কৰি তোলাৰ বাবে উৎসৰ্গিত ব্যক্তিসকলৰ প্ৰেৰণাদায়ক যাত্ৰাক প্ৰৌজ্জ্বল কৰি তুলিছো।"
#10YearsOfSwachhBharat"
***
MJPS/SR/SKS
(रिलीज़ आईडी: 2062753)
आगंतुक पटल : 79
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
हिन्दी
,
Punjabi
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam