প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ "পৃথিৱীয়ে মে’ক ইন ইণ্ডিয়া বিচাৰে" শীৰ্ষক এটা প্ৰবন্ধ পিএমঅ'য়ে শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
27 SEP 2024 1:15PM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে লিখা "বিশ্বই মে’ক ইন ইণ্ডিয়া বিচাৰে" শীৰ্ষক এটা প্ৰবন্ধ ‘শ্বেয়াৰ’ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘এক্স’-ত প্ৰেৰণ কৰা এটা বাৰ্তা সহভাগ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘পোষ্ট’ কৰিছে;
"@makeinindia অভিযান’য়ে কেনেদৰে ভাৰতক এক পছন্দৰ বিনিয়োগ-গন্তব্য হিচাপে উপস্থাপিত কৰিছে, ব্যৱসায়, বিশেষকৈ ‘এমএছএমই’সমূহক উচ্চ মানৰ সামগ্ৰী উৎপাদন কৰিবলৈ সামৰ্থ্য প্ৰদান কৰিছে আৰু কেবাটাও খণ্ডক নিম্নমানৰ সামগ্ৰীৰ আমদানিকৰ্তা হোৱাৰ পৰা বিশ্বমানৰ সামগ্ৰীৰ ৰপ্তানিকৰ্তালৈ পৰিৱৰ্তন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal য়ে উল্লেখ কৰিছে।"
***********
MJPS/ST/KB
(रिलीज़ आईडी: 2059406)
आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Tamil
,
Telugu
,
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Kannada
,
Malayalam