প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰণৱ সূৰমাক অভিনন্দন
प्रविष्टि तिथि:
05 SEP 2024 8:05AM by PIB Guwahati
খেলুৱৈ প্ৰণৱ সূৰমাৰ অধ্যৱসায় আৰু দৃঢ়তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষ ৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত লিখে:
"#Paralympics2024 পুৰুষৰ ক্লাব থ্ৰো এফ ৫১ত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰণৱ সূৰমাক অভিনন্দন! তেওঁৰ সফলতাই অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব। তেওঁৰ অধ্যৱসায় আৰু দৃঢ়তা প্ৰশংসনীয়। #Cheer4Bharat"
***
MJPS/SR/DD/BB
(रिलीज़ आईडी: 2052185)
आगंतुक पटल : 74
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam