প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জনাইছে

Posted On: 04 SEP 2024 10:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

"সুন্দৰ সিং গুৰ্জাৰৰ এক অভূতপূৰ্ব প্ৰদৰ্শন, #Paralympics2024ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জ জয়! তেওঁৰ নিষ্ঠা আৰু প্ৰদৰ্শন অসামান্য। এই সাফল্যৰ বাবে অভিনন্দন!

#Cheer4Bharat"

***

 

 

 

MJPS/ST/HS/ID



(Release ID: 2051644) Visitor Counter : 25