প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘জন ধন যোজনা’ৰ সফলতাৰ আভাস সহভাগ কৰে

प्रविष्टि तिथि: 28 AUG 2024 1:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ বছৰ সম্পূৰ্ণ হোৱা ‘জন ধন যোজনা’ৰ আঁৰত থকা ১০ টা আশ্চৰ্যকৰ পৰিসংখ্যা সন্দৰ্ভত এটা ‘পোষ্ট শ্বেয়াৰ’ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"জন ধন যোজনাৰ সফলতাৰ এক আভাস, এই লানি ‘পোষ্ট’ত সৃষ্টিশীলভাৱে উপস্থাপন কৰা হৈছে। #10YearsOfJanDhan"

 

***

MJPS/RT/KB


(रिलीज़ आईडी: 2051201) आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam