প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেডমিণ্টন খেলুৱৈ মনীষা ৰামদাসক ‘ব্ৰঞ্জৰ পদক’ জয় কৰাৰ বাবে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
পোষ্ট কৰা হৈছে:
02 SEP 2024 9:13PM by PIB Guwahati
চলিত ‘পেৰিছ পেৰালিম্পিক’ত মহিলা ‘বেডমিণ্টন এছইউ৫ প্ৰতিযোগিতা’ত ‘ব্ৰঞ্জৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"পেৰালিম্পকত মহিলাৰ ‘বেডমিণ্টন এছইউ৫ ইভেণ্ট’ত ‘ব্ৰঞ্জৰ পদক’ জয় কৰাটো হৈছে মনীষা ৰামদাসে কৰা এক অসামান্য প্ৰচেষ্টাৰ ফল! তেওঁৰ নিষ্ঠা আৰু অধ্যৱসায়ে এই অনবদ্য সাফল্য সম্ভৱ কৰিছে। তেওঁক অভিনন্দন জনাইছোঁ।
#Cheer4Bharat"
***
MJPS/RT/KB
(ৰিলিজ আই ডি : 2051157)
অতিথি কক্ষ : 78
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam