প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গ্ল’বেল ফাইনেন্স চেন্ট্ৰেল বেংকাৰ ৰিপ’ৰ্ট কাৰ্ড, ২০২৪ত একেৰাহে দ্বিতীয়বাৰৰ বাবে “এ+” ৰেটিং লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰবিআইৰ অধ্যক্ষ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 21 AUG 2024 9:33AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গ্ল’বেল ফাইনেন্স চেন্ট্ৰেল বেংকাৰ ৰিপ’ৰ্ট কাৰ্ড, ২০২৪ত একেৰাহে দ্বিতীয়বাৰৰ বাবে “এ+” ৰেটিং লাভৰ বাবে আৰবিআইৰ অধ্যক্ষ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জনাইছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক্সৰ এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“দ্বিতীয়বাৰলৈ এই কৃতিত্ব লাভৰ বাবে আৰবিআইৰ অধ্যক্ষ শ্ৰী @DasShaktikanta-ক অভিনন্দন জনালোঁ। এয়া আৰবিআইত তেওঁৰ নেতৃত্ব তথা অৰ্থনৈতিক বিকাশ আৰু সুস্থিৰতা নিশ্চিতকৰণৰ ক্ষেত্ৰত তেওঁৰ কামৰ স্বীকৃতি।”

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2047535) आगंतुक पटल : 79
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam