প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হৰ ঘৰ ত্ৰিৰংগা অভিযানে ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানৰ ইংগিত দিয়েঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
प्रविष्टि तिथि:
14 AUG 2024 9:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযানক লৈ সুখ প্ৰকাশ কৰি কয় যে হৰ ঘৰ ত্ৰিৰংগা আন্দোলন সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছে, যিয়ে ১৪০ কোটি ভাৰতীয়ৰ ত্ৰিৰংগাৰ প্ৰতি থকা গভীৰ সন্মানৰ ইংগিত দিয়ে।
অমৃত মহোৎসৱ এক্স হেণ্ডলত তামিলনাডুৰ ৰামেশ্বৰমৰ ওচৰৰ মাণ্ডপামত ভাৰতীয় উপকূলক্ষী বাহিনীৰ ষ্টেচনত হৰ ঘৰ ত্ৰিৰংগা আন্দোলন উদযাপনৰ আভাস শ্বেয়াৰ কৰিছে।
অমৃত মহোৎসৱৰ এক্স পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰে, “#HarGharTiranga সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছে, ইয়াৰ পৰা ত্ৰিৰংগৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানৰ ইংগিত পোৱা গৈছে।”
***
MJPS/SS/ST/MS
(रिलीज़ आईडी: 2045896)
आगंतुक पटल : 91
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Bengali
,
हिन्दी
,
Hindi_MP
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam