প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় দলটোক প্ৰশংসা কৰে

प्रविष्टि तिथि: 11 AUG 2024 11:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত অলিম্পিক ২০২৪ৰ সামৰণি পৰাৰ লগে লগে ভাৰতীয় দলটোৱে কৰা প্ৰচেষ্টাৰ শলাগ লয়।

 

ভাৰতীয় খেলুৱৈসকলক নায়ক বুলি অভিহিত কৰি শ্ৰী মোদীয়ে তেওঁলোকৰ ভৱিষ্যত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

 

"পেৰিছ অলিম্পিকৰ সামৰণিৰ লগে লগে, খেলসমূহৰ জৰিয়তে কৰা প্ৰচেষ্টাৰ বাবে মই সমগ্ৰ ভাৰতীয় দলটোৰ শলাগ লৈছোঁ। সকলো খেলুৱৈয়ে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিছে আৰু প্ৰতিজন ভাৰতীয়ই তেওঁলোকক লৈ গৌৰৱান্বিত। আমাৰ ক্ৰীড়া নায়কসকলক তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"

 

MJPS/SR/RT/KG


(रिलीज़ आईडी: 2045863) आगंतुक पटल : 57
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam