সংসদীয় পৰিক্ৰমা
azadi ka amrit mahotsav

২১ জুলাইত সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

प्रविष्टि तिथि: 16 JUL 2024 3:53PM by PIB Guwahati

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱে বাজেট অধিৱেশনৰ পূৰ্বে সংসদৰ উভয় সদনৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছে। ২১ জুলাই, ২০২৪ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ মূল সমিতি কক্ষত সৰ্বদলীয় বৈঠকখন অনুষ্ঠিত হ’ব।

২২ জুলাই, ২০২৪ৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব আৰু ১২ আগষ্ট, ২০২৪ত বাজেট অধিৱেশন অন্ত পৰাৰ সম্ভাৱনা আছে৷

****

BeenaYadav/ShuhaibT/DB


(रिलीज़ आईडी: 2033686) आगंतुक पटल : 102
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Bengali , English , Urdu , Marathi , हिन्दी , Hindi_MP , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada