প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 04 JUL 2024 9:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে :

"মই স্বামী বিবেকানন্দক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁৰ শিক্ষাই লাখ লাখ লোকক শক্তি প্ৰদান কৰে। তেওঁৰ গভীৰ জ্ঞান আৰু জ্ঞানৰ নিৰন্তৰ অনুসৰণো অতি প্ৰেৰণাদায়ক। আমি তেওঁৰ সমৃদ্ধ আৰু প্ৰগতিশীল সমাজৰ সপোন পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছো।"

*****

DS/TS/MK/AT

 


(रिलीज़ आईडी: 2030618) आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Hindi_MP , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam