প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত এণ্টনিঅ’ কষ্টাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JUN 2024 8:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপিয়ান কাউন্সিলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত এণ্টনিঅ’ কষ্টাক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ইউৰোপিয়ান কাউন্সিলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মোৰ বন্ধু @antoniolscostaক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ ভাৰত-ইউৰোপিয়ান কাউন্সিলৰ কৌশলগত সহযোগিতাক এক উচ্চ শিখৰলৈ আগুৱাই লৈ যোাৰ বাবে তেওঁৰ সৈতে মই ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী৷”

***

DS/ST/D


(रिलीज़ आईडी: 2029590) आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam