প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
प्रविष्टि तिथि:
25 JUN 2024 3:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুক সাক্ষাৎ কৰে।
তেওঁ নাইডুক দেশৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ প্ৰজ্ঞা আৰু অনুভৱৰ বাবে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে Xত এনেদৰে পোষ্ট কৰিছে:
"শ্ৰী এম ভেংকায়া নাইডু ডাঙৰীয়াক সাক্ষাৎ কৰিলো। মই কেইবা দশক ধৰি তেওঁৰ সৈতে কাম কৰাৰ সুযোগ পাইছো আৰু ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ প্ৰজ্ঞা আৰু অনুভৱক সদায় প্ৰশংসা কৰি আহিছো।
ভেংকায়া ডাঙৰীয়াই আমাৰ তৃতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।"
***
DS/RT/HS/BB
(रिलीज़ आईडी: 2028631)
आगंतुक पटल : 97
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam