প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তাড়াসনৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
13 JUN 2024 9:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তাড়াসন বা খেজুৰ গছৰ ভঙ্গী সন্দৰ্ভত এটা ভিডিঅ' ক্লিপ পোষ্ট কৰে।
২১ জুনত হবলগীয়া দশম আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাকমুহূৰ্তত শ্বেয়াৰ কৰা এই ক্লিপটোত স্বাস্থ্যৰ লাভালাভ তথা থিয় হৈ কেনেদৰে এই আসন কৰা হয় তাক বৰ্ণনা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"তাড়াসন শৰীৰৰ বাবে অতি উপকাৰী। ইয়াৰ জৰিয়তে শৰীৰ অধিক শক্তিশালী হৈ উঠাৰ লগতে শৰীৰৰ ভঙ্গীমা উন্নত হয়।"
***
DS/RT/DD/BB
(रिलीज़ आईडी: 2024923)
आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam