বিত্ত মন্ত্ৰালয়

কৰ হস্তান্তৰ হিচাপে কেন্দ্ৰই ৰাজ্যসমূহলৈ ১,৩৯,৭৫০ কোটি টকাৰ কিস্তি মুকলি কৰি দিলে

আজিৰ হস্তান্তৰিত ধনৰাশিৰ সৈতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ১০ জুনলৈকে ৰাজ্যসমূহক মুঠ ২,৭৯,৫০০ কোটি টকা প্ৰদান কৰা হয়

Posted On: 10 JUN 2024 9:19PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে জুন, ২০২৪ৰ বাবে হস্তান্তৰিত ধনৰাশি নিয়মীয়াকৈ আগবঢ়োৱাৰ উপৰিও এটা অতিৰিক্ত কিস্তি মুকলি কৰিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। এনেদৰে মুকলি কাৰ্য্যই চলিত মাহত ইয়াৰ পৰিমাণ ১,৩৯,৭৫০ কোটি টকালৈ বৃদ্ধি কৰে ইয়াৰ ফলশ্ৰুতিত ৰাজ্য চৰকাৰসমূহে উন্নয়ন আৰু মূলধনী ব্যয় ত্বৰান্বিত কৰিব পাৰিব।

২০২৪-২৫ৰ অন্তৱৰ্তীকালীন বাজেটত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ ক্ষেত্ৰত ১২,১৯,৭৮৩ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

এই মুকলিৰ লগে-লগে ২০২৪ৰ ১০ জুনলৈকে ৰাজ্যসমূহলৈ আগবঢ়োৱা মুঠ ধনৰাশিৰ (২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে) পৰিমাণ ২,৭৯,৫০০ কোটি টকা হয়।

নিম্ন-উল্লেখিত তালিকাত ৰাজ্য-ভিত্তিক এনে পৰিমাণ উল্লেখ কৰা হৈছেঃ

ক্ৰমিক নং

ৰাজ্য

১০ জুন, ২০২৪ত কৰ হস্তান্তৰ

অন্ধ্ৰ প্ৰদেশ

৫৬৫৫.৭২

অৰুণাচল প্ৰদেশ

২৪৫৫.৪৪

অসম

৪৩৭১.৩৮

বিহাৰ

১৪০৫৬.১২

চত্তীশগড়

৪৭৬১.৩০

গোৱা

৫৩৯.৪২

গুজৰাট

৪৮৬০.৫৬

হাৰিয়ানা

১৫২৭.৪৮

হিমাচল

১১৫৯.৯২

১০

ঝাৰখণ্ড

৪৬২১.৫৮

১১

কৰ্ণাটক

৫০৯৬.৭২

১২

কেৰালা

২৬৯০.২০

১৩

মধ্য প্ৰদেশ

১০৯৭০.৪৪

১৪

মহাৰাষ্ট্ৰ

৮৮২৮.০৮

১৫

মণিপুৰ

১০০০.৬০

১৬

মেঘালয়

১০৭১.৯০

১৭

মিজোৰাম

৬৯৮.৭৮

১৮

নাগালেণ্ড

৭৯৫.২০

১৯

ওড়িশা

৬৩২৭.৯২

২০

পঞ্জাৱ

২৫২৫.৩২

২১

ৰাজস্থান

৮৪২১.৩৮

২২

ছিকিম

৫৪২.২২

২৩

তামিল নাডু

৫৭০০.৪৪

২৪

তেলেংগানা

২৯৩৭.৫৮

২৫

ত্ৰিপুৰা

৯৮৯.৪৪

২৬

উত্তৰ প্ৰদেশ

২৫০৬৯.৮৮

২৭

উত্তৰাখণ্ড

১৫৬২.৪৪

২৮

পশ্চিম বংগ

১০৫১৩.৪৬

 

মুঠ

১৩৯৭৫০.৯২

****

NB/KMN/SB



(Release ID: 2023879) Visitor Counter : 86