ভাৰতীয় নিৰ্বাচন আয়োগ
ভাৰতীয় ষ্টেট বেংকে আজি অৰ্থাৎ ২০২৪ চনৰ ২১ মাৰ্চত যোগান ধৰা নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্যসমূহ ইচিআইৰ দ্বাৰা ৰাজহুৱাভাৱে প্ৰকাশ
प्रविष्टि तिथि:
21 MAR 2024 7:54PM by PIB Guwahati
মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলি, ১৫ ফেব্ৰুৱাৰী, ১১ মাৰ্চ, ২০২৪ আৰু ১৮ মাৰ্চ, ২০২৪ তাৰিখৰ আদেশত (২০১৭ চনৰ ডব্লিউ পি চি নং ৮৮০ৰ বিষয়ত), ভাৰতীয় নিৰ্বাচন আয়োগক দিয়া নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আজি অৰ্থাৎ ২০২৪ চনৰ ২১ মাৰ্চত প্ৰদান কৰিছে।
ভাৰতীয় নিৰ্বাচন আয়োগে এছবিআইৰ পৰা পোৱাৰ দৰে নিৰ্বাচনী বণ্ডৰ তথ্য নিজৰ ৱেবছাইটত “as is where is basis” ত আপলোড কৰিছে। এছবিআইৰ পৰা পোৱা তথ্য এই লিংকত পাব পাৰি: https://www.eci.gov.in/candidate-politicalparty
**********
DK/RP
(रिलीज़ आईडी: 2016011)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam