প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইউটিউবাৰৰ দ্বাৰা নমো ভাৰত ৰে'লৰ ভিডিঅ' প্ৰস্তুতক প্ৰশংসা কৰে
प्रविष्टि तिथि:
12 MAR 2024 9:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে পাৰ হৈ যোৱা নমো ভাৰত ৰে'লৰ ভিডিঅ'ক প্ৰশংসা কৰে। ভিডিঅ'টো ইউটিউবাৰ শ্ৰী মোহিত কুমাৰে দৃশ্যগ্ৰহণ কৰিছিল, যিয়ে আন্তঃগাঁথনি প্ৰকল্পসমূহ কভাৰ কৰিছে।
ইউটিউবাৰ শ্ৰী মোহিত কুমাৰৰ ভিডিঅ'ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
"সুন্দৰ ভিডিঅ'...
আপোনাৰ আকৰ্ষণীয় ভিডিঅ'ৰ বিষয়বস্তুৱে নতুন ভাৰতক প্ৰতিনিধিত্ব কৰিছে।"
***
DS/ST/AR
(रिलीज़ आईडी: 2014004)
आगंतुक पटल : 80
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam