প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নমো ড্ৰোন দিদিসকল উদ্ভাৱন, উপযুক্ততা আৰু আত্মনিৰ্ভৰশীলতাৰ চেম্পিয়ন: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 08 MAR 2024 2:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নমো ড্ৰোন দিদিসকলক তেওঁলোকৰ উদ্ভাৱন, উপযুক্ততা আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰশংসা কৰে। তেওঁ এই বিষয়ত এটা ভিডিঅ’ও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়ঃ

"নমো ড্ৰোন দিদিসকল উদ্ভাৱন, উপযুক্ততা আৰু আত্মনিৰ্ভৰশীলতাৰ চেম্পিয়ন। আমাৰ চৰকাৰে ড্ৰোনৰ শক্তিৰ সহায় লৈ মহিলা সবলীকৰণত উদ্গনি যোগাইছে৷"

***

DS/DB


(रिलीज़ आईडी: 2012792) आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam