প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে বিকশিত ভাৰত ৰাষ্ট্ৰদূত সমূদায়ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 08 MAR 2024 2:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে বিকশিত ভাৰত ৰাষ্ট্ৰদূত সমূদায়ক প্ৰশংসা কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীৰ এটা টুইটাৰ পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে মই #ViksitBharatAmbassador সমূদায়ক প্ৰশংসা কৰিছোঁ৷ আমাৰ নাৰী শক্তিৰ সক্ৰিয় অংশগ্ৰহণে অনস্বীকাৰ্যভাৱে এখন উন্নত আৰু সৱল ভাৰত লাভৰ দিশত আমাৰ যাত্ৰা ত্বৰান্বিত কৰিব৷”

***

DS/DB



(Release ID: 2012786) Visitor Counter : 48