পোষ্ট কৰা হৈছে:
26 FEB 2024 9:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পূন্য তিথি উপলক্ষে বীৰ ছাভাৰকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“পূন্য তিথিত বীৰ ছাভাৰকাৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছো৷ আমাৰ দেশৰ স্বাধীনতা আৰু অখণ্ডতাৰ প্ৰতি তেওঁৰ সাহসী মনোভাৱ আৰু অদম্য সমৰ্পনক ভাৰতে চিৰদিন মনত ৰাখিব। তেওঁৰ অৱদানসমূহে আমাক আমাৰ দেশৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰে৷”
******
DS/ST/DB