প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
06 FEB 2024 9:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ‘ভাৰত শক্তি সপ্তাহ’ত শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছিল;
"@IndiaEnergyWeek শক্তি খণ্ডৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিলো। ভাৰতে এই ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন সুযোগ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে অধিক সংস্কাৰৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰো যিয়ে বিকাশৰ গতি ত্বৰান্বিত কৰিব।"
***
DS/ST/KB
(ৰিলিজ আই ডি : 2003895)
অতিথি কক্ষ : 143
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam