প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহামহিম ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 FEB 2024 11:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামহিম ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য কামনা কৰাৰ লগতে সুস্বাস্থ্যৰ বাবে ভাৰতৰ জনসাধাৰণৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।
ৰজাগৰাকী এক প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি তথ্য প্ৰকাশ কৰা ৰাজ পৰিয়ালৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰে:
"মই ভাৰতৰ জনসাধাৰণৰ সৈতে মহামহিম ৰজা তৃতীয় চাৰ্লছৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিছো।"
***
DS/KB
(रिलीज़ आईडी: 2002932)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam